Skip to main content

Posts

Showing posts with the label Advanced Mathematics

CLASS 10 | ADVANCED MATHEMATICS | CHAPTER 1 | SETS | EXERCISE 1.1 |

১ম অধ্যায় - সংহতি সমগ্ৰ অনুশীলনীটোৰ উত্তৰ পাবলৈ টিপক    Download নাইবা কেৱল এটা প্ৰশ্নৰ উত্তৰ পাবলৈ প্ৰশ্নটোত টিপক অনুশীলনী 1.1 1. সংহতি A={x:x∈N আৰু x≤10} আৰু ∅ ৰ বাবে তলত দিয়া বিলাক নিৰ্ণয় কৰা ..... 2. ধৰা হ ’ল A আৰু B দুটা সংহতি আৰু U সিঁহতৰ সাৰ্বিক সংহতি।যদি n(U)=120, n(A)=42 ,n(B)=50 আৰু n(A∩B)=21 তেন্তে..... 3. যদি n(A∩B)=36,n(A-B)=25,n(B-A)=20 তেন্তে n(A∪B) ,n(A) আৰু n(B) উলিওৱা । 4. ওপৰৰ 3নং প্ৰশ্নটোৰ সাপেক্ষে ভেনচিত্ৰ অংকণ কৰা আৰু A∩B,A-B আৰু B-A সংহতিকেইটা চিহ্নিত কৰা আৰু ...... 5.এটা শ্ৰেণীত পতা গণিত আৰু ইংৰাজী পৰীক্ষাৰ পৰা দেখা গ ‘ল যে 55 জন শিক্ষাৰ্থীয়ে গণিতত, 46 জন শিক্ষাৰ্থীয়ে ইংৰাজীত আৰু ....... 6. এখন স্কুলত 550 গৰাকী শিক্ষাৰ্থীৰ মাজত কৰা এটা জৰীপৰ পৰা পোৱা গ ’ল যে 175 গৰাকীয়ে গাখীৰ....... 7. অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয় এটাৰ চাকৰিয়ালৰ মাজত কৰা এটা জৰীপৰ পৰা পোৱা গ ’ল যে তেওঁলোকৰ 80 জনে অসমীয়া, 70 ...