Skip to main content

Posts

Showing posts with the label Assamese Grammar : HSLC exam Questions

CLASS 10 : ASSAMESE GRAMMAR : আধুনিক ৰূপ : SEBA : H.S.L.C. EXAM QUESTIONS:

আধুনিক ৰূপ: তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা: 1.H.S.L.C.-2011      ভৈলা : হ ’ লা       চড়িয়া : উঠি 2.H.S.L.C.-2012         তাসম্বাক : তেওঁলোকক 3.H.S.L.C.-2013     মাধৈ :     পুহাইল : পুৱাল 4.H.S.L.C.-2014        খেড়ি : খেলা       সুমৰন্তে : সুঁৱৰি       বিগুটিয়া : ঠাট্টা কৰা   5.H.S.L.C.-2015        শুতিয়া : শুই       পাশ : কাষ       হন্তে : পৰা 6.H.S.L.C.-2016        পাতক : পাপ     যাকেৰি : সাৰ     বিগুটিয়া : ঠাট্টা কৰা 7.H.S.L.C.-2017        যাকেৰি : সাৰ       উতপাড়ে : উঘালে    মোড়ল : মোহাৰিলে 8.H.S.L.C.-2018        তৰণে : পাৰ হ ’ বলৈ ...

CLASS 10 : ASSAMESE GRAMMAR : উপসৰ্গ আৰু অনুসৰ্গ : SEBA : H.S.L.C. EXAM QUESTIONS:

উপসৰ্গ আৰু অনুসৰ্গ: 1.H.S.L.C.2008        ক) উপসৰ্গ নাইবা অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া। উত্তৰ- উপসৰ্গৰ তিনিটা উদাহৰণ :          প্ৰ : প্ৰখ্যাত, প্ৰখৰ             পৰা : পৰাগ, পৰাস্ত        নি : নিকট, নিগম      অনুসৰ্গৰ তিনিটা উদাহৰণ :          তো : আপুনিতো         ও : থাকিলেও         যে : ৰ ‘ লাযে          2.H.S.L.C.2009       ক) উপসৰ্গ কাক বোলে ? উপসৰ্গৰ দুটা উদাহৰণ দি, তাৰ ব্যৱহাৰ    দেখুওৱা। উত্তৰ- যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে, সেইবিলাককে উপসৰ্গ বোলে।      উদাহৰণ : প্ৰ : তেখেত এজন প্ৰখ্যাত ব্যক্তি।             ...

CLASS 10 : ASSAMESE GRAMMAR : সমাৰ্থক শব্দ(খ) : H.S.L.C. EXAM QUESTIONS : SEBA :

সমাৰ্থক শব্দ(খ-শাখা): সমাৰ্থক শব্দ লিখা: 1. H.S.L.C.-2011         বৃক্ষ-বিটপী         আদিত্য-ভাস্কৰ     2. H.S.L.C.-2012           সূৰ্য-আদিত্য 3. H.S.L.C.-2013     নিশা-ৰজনী 4. H.S.L.C.-2014           পীড়া-ৰোগ     পক্ষী-চৰাই 5. H.S.L.C.-2015           পদুম-কমল     জুই-অগ্নি 6. H.S.L.C.-2016     জুই-অগ্নি     নিপুণ-পাৰ্গত 7. H.S.L.C.-2017        কামিনী-নাৰী     পক্ষী-চৰাই 8. H.S.L.C.-2018           পদুম-কমল           ঘাঁহ-তৃণ 9. H.S.L.C.-2019            তৰঙ্গ-ঢৌ   ...

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS:

সমাস: ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা: 1. H.S.L.C.-2007,09,12           সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা ?     উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ   অৰ্থযুক্ত একোটা            পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে।     উদাহৰণ- উপবন - বনৰ সমীপ । (অব্যয়ভাৱী সমাস)               নৱৰত্ন - ন ৰত্নৰ সমাহাৰ । ( দ্বিগু সমাস) 2. H.S.L.C.-2010     দোমাহী - দুই মাহৰ মাজৰ দিন । ( দ্বিগু সমাস)     চক্ৰপাণি - চক্ৰ আছে পাণিত যাৰ তেওঁ । (তৎপুৰুষ বহুব্ৰীহি সমাস) 3. H.S.L.C.-2011       দোমাহী - দুই মাহৰ মাজৰ দিন । ( দ্বিগু সমাস)     পীতাম্বৰ - পীত অম্বৰ পিন্ধে যি ।   ( কৰ্মধাৰয় বহুব্ৰীহি সমাস)     মাতৃভক্তি - মাতৃক ভক্তি । (তৎপুৰুষ সমাস)     আমৰণ - মৰণ পৰ্যন্ত (অব্যয়ভাৱী সমাস)  ...