Posts

অসমীয়া ব্যাকৰণ | সমাৰ্থক শব্দ | ASSAMESE SYNONYMS |

সমাৰ্থক শব্দ :  একেটা অৰ্থযুক্ত আন শব্দবোৰক সমাৰ্থক শব্দ বা প্ৰতিশব্দ বোলা হয়। অ অন্ত : অৱশেষ ,   শেষ ,   ইতি ,   মৃত্যু অৰ্জুন : পাৰ্থ , সব্যসাচী , ফাল্গুনী। অতি : অত্যন্ত , অধিক , পৰম। অগ্নি : জুই , অনল , বহ্নি। অনুৰাগ : আসক্তি , প্ৰেম। অন্ধকাৰ : তিমিৰ , আন্ধাৰ , নিশি। অমৰাপুৰী : স্বৰ্গ , দেৱলোক। অমৃত : সুধা , অমিয় , পীযুষ। অৰ্থ : টকা , সম্পদ , বিত্ত। অলংকাৰ : গহণা , আভৰণ । অসুৰ : দৈত্য , দানৱ । অসুখ : বেজাৰ ।   আ    আকাশ : অম্বৰ , গগণ , ব্যোম , শূণ্য। আতংক : ভয়, ভীতি। আত্মীয় : কুটুম , সম্বন্ধীয় মানুহ। আদৰ্শ : আৰ্হি, চানেকি। আদিম : প্ৰথম, প্ৰাচিন। আনন্দ : উল্লাস , ৰং , আমোদ , ধেমালি। আহত : আঘাত। আপোন : নিজ, আত্ম। আবেদন : দৰ্খাস্ত , নিৱেদন। আৰাও : মাত , চিঞৰ। আৰ্হি : চানেকি, আদৰ্শ। আৱিৰ্ভূত : প্ৰকাশিত, অৱতীৰ্ণ। আৱেগ : ব্যাকুলতা, ব্যগ্ৰতা।   ই      ইচ্ছা : বাঞ্ছা , স্পৃহা , অনুৰোধ । ইন্দ্ৰ : পুৰন্দৰ , বজ্ৰপাণি , স্বৰ্গাধিপতি। ইতৰ : হীন, অধম। ইতিহাস : বুৰঞ্জী।   ঈ      ঈশ্বৰ : পৰমাত্মা , ভ
Recent posts