Skip to main content

অসমীয়া ব্যাকৰণ | সমাৰ্থক শব্দ | ASSAMESE SYNONYMS |

সমাৰ্থক শব্দ:  একেটা অৰ্থযুক্ত আন শব্দবোৰক সমাৰ্থক শব্দ বা প্ৰতিশব্দ বোলা হয়।


অন্ত : অৱশেষ,  শেষ,  ইতি,  মৃত্যু

অৰ্জুন : পাৰ্থ, সব্যসাচী, ফাল্গুনী।

অতি : অত্যন্ত, অধিক, পৰম।

অগ্নি : জুই, অনল, বহ্নি।

অনুৰাগ : আসক্তি, প্ৰেম।

অন্ধকাৰ : তিমিৰ, আন্ধাৰ, নিশি।

অমৰাপুৰী : স্বৰ্গ, দেৱলোক।

অমৃত : সুধা, অমিয়, পীযুষ।

অৰ্থ : টকা,সম্পদ, বিত্ত।

অলংকাৰ : গহণা, আভৰণ

অসুৰ : দৈত্য, দানৱ

অসুখ : বেজাৰ

 

  

আকাশ : অম্বৰ, গগণ, ব্যোম, শূণ্য।

আতংক : ভয়, ভীতি।

আত্মীয় : কুটুম, সম্বন্ধীয় মানুহ।

আদৰ্শ : আৰ্হি, চানেকি।

আদিম : প্ৰথম, প্ৰাচিন।

আনন্দ : উল্লাস, ৰং, আমোদ, ধেমালি।

আহত : আঘাত।

আপোন : নিজ, আত্ম।

আবেদন : দৰ্খাস্ত, নিৱেদন।

আৰাও : মাত, চিঞৰ।

আৰ্হি : চানেকি, আদৰ্শ।

আৱিৰ্ভূত : প্ৰকাশিত, অৱতীৰ্ণ।

আৱেগ : ব্যাকুলতা, ব্যগ্ৰতা।

 

    

ইচ্ছা : বাঞ্ছা, স্পৃহা, অনুৰোধ

ইন্দ্ৰ : পুৰন্দৰ, বজ্ৰপাণি, স্বৰ্গাধিপতি।

ইতৰ : হীন, অধম।

ইতিহাস : বুৰঞ্জী।

 

    

ঈশ্বৰ : পৰমাত্মা,ভগৱান,নাথ

ঈষত্ : অলপ, কিঞ্চিত।

ঈসান : মহাদেৱ, শিৱ।

ঈক্ষণ : দৃষ্টি, দৰ্শণ।

    

উকা : শুদা, উদং।

উগ্ৰ : তীব্ৰ, চোকা।

উচিত : সমীচীন, যথাৰ্থ।

উজু : সৰল, সহজ, ঢিলা।

উত্কট : তীব্ৰ, অতিশয়।

উত্কন্ঠা : ব্যাকুলতা, উদ্বিগ্নতা

উত্ফুল্ল : আনন্দিত, বিকশিত।

উত্ৰাৱল : অস্থিৰ,  চঞ্চল।

উত্তম : উৎকৃষ্ট, শ্ৰেষ্ঠ।

উদয় : উত্থান, উত্পত্তি।

 

ঊৰ্মি : ঢৌ , তৰংগ।

ঊষা : ধলপুৱা।

 

  

ঋণ : কৰ্জ, দেনা, ধাৰ।

ঋষি : শাস্ত্ৰবিদ, তপস্বী, মুনি।

 

একান্ত : একাগ্ৰ, একমুখী।

 

ঐক্য : একতা।

ঐচ্ছিক : ইচ্ছাধীন।

ঐশ্বৰ্য্য : সম্পত্তি, বিভৱ।

 

ওজা : শিক্ষক, পণ্ডিত।

ওপৰঞ্চি : অতিৰিক্ত, উপৰুৱা।

ওলগ : সেৱা, নমস্কাৰ।

 

ঔষধ : দৰৱ।

 

  

কথা : উক্তি।

কণ্ঠ : গল, ডিঙি, টেঁটু, গ্ৰীৱা।

কন্যা : জীয়াৰী, ছোৱালী

কপাল : কপোল, ললাট।

কবিৰাজ : বৈদ্য।

কম : তাকৰ।

কৰ : ৰাজহ,  খাজনা

কৰুণ : কাতৰ, ব্যাকুল

কলম : কাপ, লেখনি।

কলংক : দাগ

লা : কৃঞ্চবৰ্ণ।

কাণ : কৰ্ণ, শ্ৰৱণেন্দ্ৰিয়।

কাপোৰ : বস্ত্ৰ,অচ্ছাদন।

কামুক : কামী, কামাতুৰ, কামাৰ্ত

কাৰেং : ৰাজপ্ৰাসাদ।

কাষ : ওচৰ, সমীপ, দাঁতি।

কিতাপ : গ্ৰন্থ, পুথি।

কিৰণ : ৰশ্মি, পোহৰ।

কটুম্ব : আত্মীয়, স্বজন, জ্ঞাতি।

কুল : বংশ, গোত্ৰ, জাতি

কুশল : কল্যান।

কুসুম : পুষ্প, ফুল।

কৃপণ : কৰাইচ,  চিকটা

কৃষক : খেতিয়ক, কৃষাণ

কেৰাহি : বেকাঁ দৃষ্টি,

কেৰাহী : লোহৰা

কেৰু : থুৰীয়া, কাণফুলি।

কোৰ্হাল : কোলাহল,  হুলস্থূল

কোঠা : কোঠালি,  খোটালি,  কক্ষ

ক্লান্তি : অৱসাদ, ভাগৰ।

ক্ৰমশ : পৰ্যাক্ৰমে,  ক্ৰমান্বয়ে

ক্ৰমিক : ধাৰাবাহিক

 

খঙাল : কোপী,  ক্ৰোধী

খৰ : খৰাং,  অবৃষ্টি

খৰচ : ভগন, ব্যয়

খনিকৰ : ভাস্কৰ,  কাৰিকৰ,  মূৰ্তিশিল্পী

খনিজ : খনিজাত, অকৰিক

খাট : বিছনা,  বিছনা, পালেংগি

খৱৰ : বতৰা, বাতৰি, সংবাদ

খং : ৰাগ,  ক্ৰোধ

 

  

গগনস্পৰ্শী  : গগনচুম্বী, আকাশচুম্বী  আকাশলংঘা

গছ : বৃক্ষ, বিটপ।

গতানুগতিক : নতুনত্বহীন, অব্যতিক্ৰম

গপচ : ধীৰ, গম্ভীৰ, গহীন

গমন : যাত্ৰা, চলন

গৰখীয়া : বৎসপাল, গোপালক

গৰম : তপ্ত, উষ্ণ

গৰাকী : মালিক, অধিকাৰী

গল : কণ্ঠ, টেঁটু, ডিঙি।

গধূলি : সন্ধিয়া, সন্ধ্যা

গংগা : ভাগিৰথী, জাহ্নবী, মন্দাকিনী।

গাখীৰ : ক্ষীৰ।

গা : শৰীৰ, দেহ

গাফিলতি : অৱহেলা, আওকাণ, অনাদৰ

গীত : গান।

গোচৰ : আপত্তি,  অভিযোগ

গৰ্ভৱতী : সগৰ্ভা, সসত্ত্বা, অন্তৰ্ৱতী

 

  

ঘৰ : আবাস, আলয়, গৃহ, ভৱন, নিবাস

ঘাট : উপকূল।

ঘাঁহ : তৃণ, বন।

ঘিউ : ঘৃত, অমৃত।

ঘোঁৰা : অশ্ব।

ঘোষণা :  জাননী, ইস্তাহাৰ।

ঘোঁটনী : মন্থনী, মথনী

ঘনিষ্ঠ : আপোন, আন্তৰিক, অন্তৰংগ।

 

    

চকু : অক্ষি, লোচন, নয়ন, নেত্ৰ।

চক্ৰান্ত : ষড়যন্ত্ৰ

চছমা : বিতচকু।

চন্দ্ৰ : জোন

চফা : নিৰ্মল, পৰিষ্কাৰ।

চমু : সংক্ষেপ, চুটি।

চৰা : বৰ্ধিত।

চৰণকমল : পাদপদ্ম, পদপংকজ

চৰাই : পক্ষী, বিহগ

চলন্ত : গমনশীল, গতিশীল

চহৰ : নগৰী, টাউন

চহী : স্বাক্ষৰ

চাকৰ : দাস, ভৃত্য।

চাকি : বন্তি, দীপক,

চাৰু : মিহি, নিমজ

চিকুণ : মিহি

চিন : প্ৰতীক, চিহ্ন

চিনাকী : পৰিচিত

চিনেমা : চলচিত্ৰ, বোলছবি।

চিন্তো : ভাবোঁ।

চিপাহী : যোদ্ধা, জোৱান, ৰণুৱা

চিৰকালীন : চিৰন্তন, চিৰস্থায়ী

চিৰবৈৰী : চিৰশত্ৰু

চিয়াঁহী : মহী, মসী, কালি।

চুলি : কেশ

চেঁচা : ঠাণ্ডা, জুৰ, শীতল

চেলেপু : চেলবেলীয়া, চেলচেলীয়া

চোকা : তীক্ষ্ণ

চোতাল : প্ৰাংগন, অংগন

চোৰ :  তস্কৰ

চৌকা : আখল

 

    

ছাঁ : ছায়া

ছমহীয়া : ষান্মাষিক

ছটফটনি : ধৰফৰণি

ছবি : চিত্ৰ

ছাই : ভষ্ম

ছাউনী : শিবিৰ

ছাল : চৰ্ম, চামৰা।

ছাত্ৰ : বিদ্যাৰ্থী, শিষ্য।

ছিদ্ৰ: বিন্ধা, ফুটা।

 

  

জগৰ : দায়, দোষ

জনশ্ৰুতি : কিংবদন্তি।

জন্ম : উৎপত্তি, জনম, অৱিৰ্ভাৱ।

জন্তু : পশু

জড় : নীৰ্জিৱ, জীৱহীন, প্ৰাণহীন

জাগতিক : লৌকিক

জিৰণী : অৱসৰ, বিশ্ৰাম

জিভা : ৰসনা।

জীৱিত : প্ৰাণযুক্ত, জীৱন্ত।

জুই : অগ্নি, বহ্নি।

জোন : জোনবাই, চন্দ্ৰ।

জ্ঞানী : পণ্ডিত।

 

ঝৰনা : জুৰি।

ঝঞ্জা : ধুমুহা।

ঝাৰু : বাঢ়নী

ঝংকাৰ : ধ্বনি, শব্দ

ঝঙ্কৃত : ধ্বনিত।

ঝুলন : দোলন।

 

টকা : বিত্ত।

টুকুৰা : ডোখৰ, অংশ

টেঙৰ : ধূৰ্ত, চতুৰ

টেবুল : মেজ।

টোপনি : নিদ্ৰা।

 

ঠাই : স্থান, জেগা

ঠাৱৰ : নিশ্চয়, থিৰাং

ঠগ : টেটোন, প্ৰতাৰক

ঠঙনা : আঘাত।

ঠাল : ডাল

ঠাট্টা : ইতিকিং

ঠিকনা : নিশ্চয়তা।

ঠিলা : সোপা

ঠেকা : ঢোকা

ঠেৰুছিগা : নিঠৰুৱা

ঠেহ : অভিমান।

 

 

 

    

ডলীয়া : নফলা।

ডাঙৰ : বৃহৎ

ডাঠ : ঘন

ডাৱৰ : মেঘ।

ডাং : টাঙুন।

ডিঙা : নাও।

ডিঙি : গল

ডেও : জাঁপ।

ডেকা : যুৱক

ডেউকা : ডৌকা, পাখি

ডেওনা : প্ৰতিবন্ধক।

ডোল : জৰী, ৰছী।

ডোং : খাৱৈ।

 

    

ঢৰীয়া : ডাঙৰ।

ঢল : জাক, জুম।

ঢং : ৰীতি, প্ৰকাৰ।

ঢৌ : তৰঙ্গ, লহৰ, উৰ্মি।

 

  

তদাৰক : চোৱাচিতা

তদন্ত : অন্বেষণ, অনুসন্ধান।

তপ্ত : গৰম, উত্তাপ

তপস্বী : যোগী, ঋষি।

তৰংগ : ঢৌ, লহৰ

তৰা : নক্ষত্ৰ

তলুৱা : কৰতল

তামোল : গুৱা

তিতা : ভিজা

তিনিমহীয়া : ত্ৰৈমাসিক

তীক্ষ্ণ : চোকা, জোঙা।

তুমুল : তয়াময়া

তৃষ্ণা : তৃষা , পিয়াহ

তেজ : ৰক্ত, শোণিত।

ত্ৰিজগত : ত্ৰিলোক,  ত্ৰিভূবন।

ত্যাগ : বৰ্জন, বিসৰ্জন

 

থলুৱা : খিলঞ্জীয়া,  স্থানীয়।

থলী : ঠাই, স্ঠান।

থাম : স্তম্ভ, খুঁটা।

থিৰ : স্থিৰ, শান্ত।

 

  

দুৰাকাংক্ষা : দুৰাশা

দল : সংগঠন, জাক।

দক্ষ : পটু, পাৰ্গত, কামিলা।

দক্ষিণা : বৰঙণি, দান, অৰিহণা।

দৰিয়া : সাগৰ, নদী।

দাঁত : দন্ত, দশন।

দিন : দিবা, দিৱস।

দিহা : পৰামৰ্শ, উপদেশ

দুখ : বেজাৰ।

দুখীয়া : দৰিদ্ৰ, দীন

দূৰ : নিলগ, আতৰ

দুৰ্বৃত্ত : দুৰ্জন।

দুৰ্দশা : দুৰৱস্থা, দুৰ্গতি

দুৰ্ভিক্ষ : অকাল।

দূৰ্লভ : আপুৰুগীয়া, দষ্পাপ্য

দেউতা : পিতা, বোপাই, পিতৃ ।

দেউলীয়া : সৰ্বহাৰা

দেৱালী : দীপাৱলী, দীপান্বিতা।

দেৱতা : দেৱ, ত্ৰিদশ

দেশপ্ৰেমী : দেশহিতৈষী, দেশসেৱক।

দেশদ্ৰোহী : দেশবৈৰী

দৈহিক : শাৰীৰিক, দেহগত

দোকান  : বিপণী

দ্ৰুত : ক্ষিপ্ৰ।

 

ধন: অৰ্থ, টকা, পইচা।

ধনিয়া : মেমেধু।

ধনী : চহকী, আঢ্যৱন্ত।

ধৰা : পৃথিৱী।

ধৰুৱা : ঋণী, ঋণগ্ৰস্ত

ধৱল : বগা, শুক্ল

ধ্বংস : বিনাশ, নাশ।

ধীৰ : লেহেম।

ধুনীয়া : সুন্দৰ, শুৱনী।

ধোঁৱাখুলীয়া : অমিতব্যয়ী

 

  

নকল : প্ৰতিলিপী

নতুন : নবীন, নৱ, অভিনৱ।

নাও : নৌকা, ডিঙা

নাক : নাসিকা, ঘ্ৰাণেন্দ্ৰিয়।

নাবালক : শিশু, কিশোৰ।

নাৰী : মহিলা, স্ত্ৰী, তিৰোতা।

নিগাজী : স্থায়ী।

নিজৰা : জুৰি, ঝৰণা

নিজান : নিস্তব্ধ, নিৰিবিলি ।

নিমখ : লোণ, লৱণ

নিৰাপদ : সুৰক্ষিত।

নিৰাশা : হতাশা।

নিৰাশ্ৰয় :  আশ্ৰয়হীন।

নিৰুদ্দেশ : সন্ধানহীন, নিখোজ

নিৰ্ণয় : নিৰ্ধাৰণ।

নিৰ্দেশ : তলব, আদেশ।

নিশা : ৰাতি।

নিয়ৰ : হিম

নিস্তাৰ : মুক্তি, ৰেহাই।।

নিঃশব্দ : নীৰৱ, নিস্তব্ধ।

নৈ : স্ৰোতৱতী, তৰঙ্গিনী

 

  

পতি : নাথ, স্বামী।

পত্নী : ঘৈণী, তিৰোতা, সহধৰ্মিণী ,গৃহিনী

পথ : বাট, ৰাস্তা।

পদ : ভৰি, চৰণ।

পদুম  : কমল

পণ্ডিত : জ্ঞানী, বিদ্বান।

পৰ্বত : গিৰি

পলক : পচাৰ, নিমেষ ।

পহু : মৃগ।

পাত : পল্লৱ, পত্ৰ।

পানী : জল, সলিল

পিতৃ : পিতা, দেউতা, বোপাই, জনক।

পিৰীতি : প্ৰেম।

পিয়াহ : পিপাসা।

পীড়া : ব্যাধি, যন্ত্ৰণা।

পুত্ৰ : সন্তান, আত্মজ।

পুথি : গ্ৰন্থ, কিতাপ।

পুৰণি : প্ৰাচীন, পুৰাতন, আগৰ।

পূৰ্বতে : আগতে।

পৃথিৱী : বসুন্ধৰা, ধৰিত্ৰী

প্ৰচলন : প্ৰৱৰ্তন।

প্ৰতিষ্ঠা : স্থাপন

প্ৰয়াস : চেষ্টা, যন্ত।

প্ৰাচীন : পুৰণি, পুৰাতন।

প্ৰাপ্তবয়স্ক : পূৰ্ণবয়স্ক।

প্ৰিয় : মৰমৰ।

প্লাৱিত : জলমগ্ন

 

ফটিকা : মদ, সুৰা।

ফণী : সাপ।

ফৰকাল : মুকলি

ফলপ্ৰসু : ফলদায়ক

ফাঁই : খং, উত্তেজনা।

ফুল : কুসুম, পুষ্প

 

    

বছৰেকীয়া : বাৰ্ষিক

বন : হাবি, অৰণ্য।

বৰফ : নীহাৰ, তুষাৰ, হিম।

বজাৰ : হাট, বিপণী।

বতাহ : বায়ু, পৱন।

বন্ধু : বান্ধৱ, মিত্ৰ

বধ : হত্যা, হনন।

বৰঙনি : অৰিহনা।

বৰফ :  তুষাৰ।

বল : শক্তি, জোৰ।

বাঘ : বনৰজা, ব্যাঘ্ৰ।

বাট : পথ, ৰাস্তা।

বাঁহী : মুৰুলী, বংশী

বিখ্যাত : জনাজাত।

বিটপী : বিৰিখ, গছ।

বিন্ধা : ফুটা, ৰন্ধ্ৰ, জনঙা।

বিবাদ : কলহ, দন্দ, আপদ।

বিধৱা : স্বামীহীনা, পতিহীনা ।

বিস্ময়কৰ : চমত্কাৰ, আশ্চৰ্যজনক

বিস্তৃত : প্ৰসাৰিত , বিস্তাৰিত

বীৰত্ব : পৰাক্ৰম,  বিক্ৰম।

বৃত্তি : জীৱিকা।

বেছি : সৰহ, অধিক।

বেলিফুল : সুৰুযমুখী, সূৰ্যমুখী

বেপাৰ : বেহা, ব্যৱসায়, বাণিজ্য

বেপাৰী : বণিক, দোকাণী, সদাগৰ।

বৈকুন্ঠ : বিষ্ণুধাম, বিষ্ণুলোক

বৈশিষ্ট্য : বিশেষত্ব, বিশিষ্টতা

বুকু : হৃদয়, আমঠু।

ব্ৰাহ্মণ : দ্বিজ, বামুণ, বিপ্ৰ।

ব্যথা : দুখ, বেদনা।

বস্ত্ৰ : কাপোৰ, আৱৰণ, সাজ।

 

  

ভৰি : পদ, চৰণ।

ভদ্ৰ : সভ্য, নম্ৰ

ভনী : ভন্টী।

ভয় : ত্ৰাস।

ভয়াতুৰ : ভয়াৰ্ত

ভয়ানক : ভয়াৱহ, ভয়ংকৰ

ভাগ্যৱান : ভাগ্যশালী।

ভাত : অন্ন, আহাৰ।

ভিক্ষাৰী : মগনিয়াৰ

ভৃত : দাস, লগুৱা।

ভেঁজাল : অশুদ্ধ।

ভোক : ক্ষুধা।

 

  

মগজ : মস্তিষ্ক, মগজু

মন্দিৰ : দেৱালয়।

মৰম : প্ৰীতি, চেনেহ, ভালপোৱা ।

মহাকাশ : মহাশূণ্য, অন্তৰীক্ষ

মহিমা : প্ৰতাপ।

মণ্ডিত : অলংকৃত, বিভূষিত।

মনোৰম : মনোমুগ্ধকৰ, মনোমোহন ।

মধ্যাহ্ন : দুপৰ, দুপৰীয়া

মাতৃঃ  মা , আই  , জননী , জন্মদাত্ৰী , বৌতি।

মাছ : মৎস্য, মীন।

মানুহ : মনুষ্য, লোক, মানৱ।

মাটি : ভূমি, মৃত্তিকা

মিত্ৰ : বন্ধু, বান্ধৱ

মিহি : মসৃণ, নিমজ

মুখ : বদন, আনন।

মুগ্ধ : মোহিত।

মূৰ্তি : বিগ্ৰহ, প্ৰতিমা

মৃগ : হৰিণ, কুৰংগ, শাৰংগ।

মৃত্যু : মৰণ, প্ৰলয়, অন্ত, অস্ত, তিৰোভাব, দেহত্যাগ,

মেঘ : ডাৱৰ, বাদল

মৌ : মধু, মৌৰস, মৌজোল।

 

    

যত্ন : চেষ্টা।

যতন : সঁজুলি।

যন্ত্ৰণা : কষ্ট, যাতনা।

যম : ধৰ্মৰাজ।

যমজ : যঁজা।

যাত্ৰী : ভ্ৰমণকাৰী।

যান : বাহন, গাড়ী।

যাদু : ইন্দ্ৰজাল।

যুগান্ত : প্ৰলয়।

যুঁজ : ৰণ, যুদ্ধ।

যোগাযোগ : সম্পৰ্ক, সম্বন্ধ।

যোগী : তপস্বী।

যোগ্য : উপযুক্ত।

যোদ্ধা : যুঁজাৰো, ৰণুৱা।

 

    

ৰঙিয়াল : আনন্দময়।

ৰজক : ধোবা।

ৰজত : ৰূপ।

ৰজনী : ৰাতি, নিশা।

ৰক্ত : তেজ, শোণিত, শক্তি।

ৰজা : নৃপতি, ভূপতি।

ৰজ্জু : জৰী।

ৰন্ধ্ৰ : বিন্ধা, ছিদ্ৰ।

ৰসনা : জিভা।

ৰহণ : বৰণ।

ৰশ্মি : পোহৰ, কিৰণ।

'দ : কিৰণ।

ৰবি : সূৰ্য্য।

ৰং : আনন্দ, আমোদ।

ৰাগি: মাদকতা, নিচা

ৰাজকীয় : ৰজাঘৰীয়া।

ৰাণীঃ  মাদৈ, পটেশ্বৰী

ৰাতি : নিশা, ৰজনী

ৰিক্ত : শূন্য, উদং।

ৰিজনি : তুলনা।

ৰোগ : ব্যাধি, বেমাৰ

 

  

লাঠী : লাখুটি, টোকোন।

'ৰা : পুত্ৰ , বালক

ললাট : কপাল, ভাগ্য।

ললিত : মনোৰম, সুন্দৰ।

লৱণ : নিমখ, লোণ।

লৱণু : মাখন।

লহৰ : ঢৌ, তৰঙ্গ।

লক্ষ্য : উদ্দেশ্য।

লোপ : ধ্বংস, নাশ।

লোভ : লালসা।

লৈহিত্য : লুইত, ব্ৰক্ষ্মপুত্ৰ।

 

  

শক্তি : বল, সামৰ্থ্য

শত্ৰু : বৈৰী, শতৰু, অৰি

শতাব্দ : শতিকা।

শপত : প্ৰতিজ্ঞা।

শব্দ : ধ্বনি।

শৱ : মৃতদেহ, মৰাশ।

শিল : পাষাণ, প্ৰস্তৰ, পাথৰ।

শিক্ষক : গুৰু, শিক্ষাদাতা

শিৱ : মহাদেৱ, কৈলাসপতি, নীলকণ্ঠ।

শীত : চেঁচা, ঠাণ্ডা।

শেষ : অন্ত, অৱসান।

শুকুলা : শুক্ল, বগা।

শৃংখল : শিকলি।

শেষ : অন্ত, অৱসান।

শৈল : পৰ্বত, পাহাৰ।

শোকাকুল : শোকাতুৰ, শোকাৰ্ত।

শোণিত : ৰক্ত, তেজ।

শৌৰ্য : বীৰত্ব, শক্তি।

 

ষড়ানন: কাৰ্ত্তিক।

ষণ্ড : ষাড়, ঋষভ।

ষন্মাস : ছমাহ।

ষান্মাসিক : ছমহীয়া।

 

  

সখা : মিত্ৰ, সুহৃদ, বান্ধৱ।

সচেতন : সজাগ, চেতনাযুক্ত।

সচেষ্ট : যত্নপৰ।

সঞ্চাৰ : গমন, চলন।

সমীৰ : বতাহ, বায়ু, পৱন।

সৰস্বতী : বাগদেৱী, বাগীস্বৰী, দ্বিসন।

সাপ : সৰ্প, ফণী, অহি।

সঞ্চাৰ : তলা।

সংকট : বিপদ, সমস্যা।

সংগ্ৰাম : যুদ্ধ, সমৰ।

সাউদ : বেপাৰী, সদাগৰ।

সাগৰ : সমুদ্ৰ

সামৰণি : অন্ত।

সুচল : সুবিধাউজু, সহজ।

সূৰ্য : ৰবি, বেলি।

স্থান : ঠাই।

স্নিগ্ধ : শীতল, চেঁচা।

স্বৰ্গ : ত্ৰিদশালয়, দেৱলোক

স্বৰ্ণ : সোণ, সুৱৰ্ণ।

 

  

হৰিষ :  আনন্দ।

হাট : বজাৰ।

হাত : হস্ত, পাণি।

হাতী : হস্তী,গজ।

হাবি : অৰণ্য, অটবী।

হিয়া : হৃদয়।

হিংসা : অসূয়া, ঈৰ্ষা।

হৃদয়: বুকু, অন্তৰ।

হেমাহি : গাফিলতি, হেলা।

হোজা : সৰল,

হ্ৰদ : সৰোবৰ, সৰসী।

হ্ৰাস : ক্ষয়, অলপ।

 

ক্ষ

ক্ষণ : ক্ষন্তেক।

ক্ষতি : হানি, অনিষ্ট।

ক্ষমতা : সামৰ্থ্য, প্ৰতিপত্তি।

ক্ষতি : হানি, অনিষ্ট।

ক্ষিপ্ৰ : দ্ৰুত, তীব্ৰ।

ক্ষুধা : ভোক, বুভুক্ষা।

ক্ষুব্ধ : বিতুষ্ট, অসন্তুষ্ট।

ক্ষেত্ৰ : স্থান।

 

 

 

অসমীয়া ব্যাকৰণৰ আন প্ৰশ্নোত্তৰসমূহ পঢ়িবলৈ ক্লিক কৰক-



            অসমীয়া ব্যাকৰণ

Comments

Post a Comment

Popular Posts

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS:

সমাস: ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা: 1. H.S.L.C.-2007,09,12           সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা ?     উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ   অৰ্থযুক্ত একোটা            পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে।     উদাহৰণ- উপবন - বনৰ সমীপ । (অব্যয়ভাৱী সমাস)               নৱৰত্ন - ন ৰত্নৰ সমাহাৰ । ( দ্বিগু সমাস) 2. H.S.L.C.-2010     দোমাহী - দুই মাহৰ মাজৰ দিন । ( দ্বিগু সমাস)     চক্ৰপাণি - চক্ৰ আছে পাণিত যাৰ তেওঁ । (তৎপুৰুষ বহুব্ৰীহি সমাস) 3. H.S.L.C.-2011       দোমাহী - দুই মাহৰ মাজৰ দিন । ( দ্বিগু সমাস)     পীতাম্বৰ - পীত অম্বৰ পিন্ধে যি ।   ( কৰ্মধাৰয় বহুব্ৰীহি সমাস)     মাতৃভক্তি - মাতৃক ভক্তি । (তৎপুৰুষ সমাস)     আমৰণ - মৰণ পৰ্যন্ত (অব্যয়ভাৱী সমাস)  ...

CLASS 10 : ASSAMESE GRAMMAR : উপসৰ্গ আৰু অনুসৰ্গ : SEBA : H.S.L.C. EXAM QUESTIONS:

উপসৰ্গ আৰু অনুসৰ্গ: 1.H.S.L.C.2008        ক) উপসৰ্গ নাইবা অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া। উত্তৰ- উপসৰ্গৰ তিনিটা উদাহৰণ :          প্ৰ : প্ৰখ্যাত, প্ৰখৰ             পৰা : পৰাগ, পৰাস্ত        নি : নিকট, নিগম      অনুসৰ্গৰ তিনিটা উদাহৰণ :          তো : আপুনিতো         ও : থাকিলেও         যে : ৰ ‘ লাযে          2.H.S.L.C.2009       ক) উপসৰ্গ কাক বোলে ? উপসৰ্গৰ দুটা উদাহৰণ দি, তাৰ ব্যৱহাৰ    দেখুওৱা। উত্তৰ- যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে, সেইবিলাককে উপসৰ্গ বোলে।      উদাহৰণ : প্ৰ : তেখেত এজন প্ৰখ্যাত ব্যক্তি।             ...

CLASS 10 : ASSAMESE GRAMMAR : আধুনিক ৰূপ : SEBA : H.S.L.C. EXAM QUESTIONS:

আধুনিক ৰূপ: তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা: 1.H.S.L.C.-2011      ভৈলা : হ ’ লা       চড়িয়া : উঠি 2.H.S.L.C.-2012         তাসম্বাক : তেওঁলোকক 3.H.S.L.C.-2013     মাধৈ :     পুহাইল : পুৱাল 4.H.S.L.C.-2014        খেড়ি : খেলা       সুমৰন্তে : সুঁৱৰি       বিগুটিয়া : ঠাট্টা কৰা   5.H.S.L.C.-2015        শুতিয়া : শুই       পাশ : কাষ       হন্তে : পৰা 6.H.S.L.C.-2016        পাতক : পাপ     যাকেৰি : সাৰ     বিগুটিয়া : ঠাট্টা কৰা 7.H.S.L.C.-2017        যাকেৰি : সাৰ       উতপাড়ে : উঘালে    মোড়ল : মোহাৰিলে 8.H.S.L.C.-2018        তৰণে : পাৰ হ ’ বলৈ ...

CLASS 10 : ENGLISH GRAMMAR : VOCABULARY : SEBA : H.S.L.C. EXAM QUESTIONS :

VOCABULARY: Fill in the blanks with right alternative: 1. HSLC - 1998            (a) Today the ....... of Shillong is pleasant. ( weather/climate) Ans:- Weather           (b) Both the parties came to an   ...... settlement. (amiable/amicable) Ans:- Amicable 2. HSLC - 1999            (a) My warning had no ...... on the boy.   ( affect/effect) Ans:- Effect           (b) He could not ...... himself to the new situation. (adopt/adapt) Ans:- Adapt 3. HSLC - 2000            (a) He has easy   ….... to the ministers.(excess/access) Ans:-   Access           (b) Hundreds of soldiers were ...... in the battle. ( wounded/injured) Ans:- Wounded 4. HSLC - 2001        ...

CLASS 10 : ASSAMESE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. EXAM QUESTIONS:

বিপৰীতাৰ্থক শব্দ: বিপৰীতাৰ্থক শব্দ লিখা: 1. H.S.L.C. 1999      হৰ্ষ-দুখ, বেদনা      উপকাৰ-অপকাৰ,      স্থাৱৰ-অস্থাৱৰ ,        সম্পদ-অসম্পদ, 2. H.S.L.C. 2000      আৱাহন- বিসৰ্জন      উজনি-নামনি      স্বাধীন-পৰাধীন      দুৰ্বল-সবল 3. H.S.L.C. 2001        জন্ম-মৃত্যু       উদয়-অস্ত 4. H.S.L.C. 2002         অনুকূল-প্ৰতিকূল        জ্ঞানী-অজ্ঞানী        আনন্দ-বিষাদ      আকৰ্ষণ-বিকৰ্ষণ 5. H.S.L.C. 2003      গ্ৰহণ-বৰ্জন      অৱিৰ্ভাৱ-তিৰোভাৱ      প্ৰাচীন-নবীন      উচ্চ-নিম্ন 6. H.S.L.C. 2006       প্ৰশংসা-নিন্দা  ...

CLASS 10 : ASSAMESE GRAMMAR : সন্ধি : SEBA : H.S.L.C. EXAM QUESTIONS:

সন্ধি: সন্ধি ভাঙা: 1. H.S.L.C-2008       হিতাহিত : হিত+অহিত           অতীন্দ্ৰিয়: অতি+ইন্দ্ৰিয়  2. H.S.L.C-2009     সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা ?       উত্তৰ :- দুটা শব্দ জোৰা লাগি বা লগ হৈ এক বিশেষ নিয়মৰ   মাজেদি এটা শব্দ গঠন হোৱা প্ৰক্ৰিয়াৰ নাম সন্ধি ।     উদাহৰণ- নমস্কাৰ :নমঃ+কাৰ              হিমালয় :হিম+আলয় 3. H.S.L.C-2010        সংস্কৃত :সম্+কৃত        অতীন্দ্ৰিয় :অতি+ইন্দ্ৰিয় 4. H.S.L.C-2011        যথাৰ্থ :যথা+অৰ্থ        ইত্যাদি :ইতি+আদি        নীৰৱ :নিঃ+ৰৱ        দেৱৰ্ষি :দেৱ+ঋষি 5. H.S.L.C-2012      পৰীক্ষা :পৰি+ঈক্ষা        হিতাহিত :হিত+অহিত        ...

CLASS 10 : ASSAMESE GRAMMAR : বাক সংহতি: SEBA : H.S.L.C. EXAM QUESTIONS :

বাক সংহতি: এটা শব্দত প্ৰকাশ কৰা: 1. H.S.L.C.-2011     ( ক ) কাঁহৰ বাচন গঢ়োঁতা।              উত্তৰ:- কঁহাৰ 2. H.S.L.C.-2012   ( ক ) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে।          উত্তৰ:- কৃতজ্ঞ   ( খ ) মাটিৰ বাচন সাজোঁতা।     উত্তৰ:- কুমাৰ   ( গ ) যাক সহজে লংঘন কৰিব নোৱাৰি।     উত্তৰ:- অলংঘ্য   ( ঘ ) বাটেদি যোৱা     উত্তৰ:- বাটৰুৱা   3. H.S.L.C.-2013   ( ক ) ঘৰতে থাকি কৰিব পৰা উদ্যোগ।     উত্তৰ:- কুটীৰ শিল্প   ( খ ) যাৰ মৰণ নাই।                               উত্তৰ:- আমৰণ    ( গ ) কাঁহৰ বাচন গঢ়োঁতা।          উত্তৰ:- কঁহাৰ 4. H.S.L.C.-2014   ( ক )    যাক পৰ...

CLASS 10 : ENGLISH GRAMMAR : DETERMINERS : SEBA : H.S.L.C. EXAM QUESTIONS :

DETERMINERS: Choose the right determiner from among the alternatives given and fill in the blanks: 1. HSLC - 1998     (a) He received ______ help from his teachers. (many/ much /more)     (b) I can depend ______ friends I have. (few/a few/ the few )     (c) _______ guidance from you will be enough for me. (little/ a little / the little)     (d) My brother is studying in _______ European University. ( a /an/the) 2. HSLC - 1999     (a) He gave away ______ money he had to the beggar. (little/a little/ the little )     (b) ______ of my friends helped me much in my distress. (few/ a few /the few)     (c) I got ______ help from my mother than my father. (much/ more /most)     (d) ______ union leader will address the workers. (a/an/ the ) 3. HSLC - 2000     (a) I received ______ encouragement from my parents. ( much /more/many)  ...

CLASS 10 : ASSAMESE GRAMMAR : সমাৰ্থক শব্দ: SEBA : H.S.L.C. EXAM QUESTIONS :

সমাৰ্থক শব্দ: সমাৰ্থক শব্দ লিখা: 1 . H.S.L.C.-2004     পৃথিৱী- বসুন্ধৰা , ধৰিত্ৰী      মেঘ-ডাৱৰ, জলধৰ      ৰাতি-নিশা, ৰজনী      নদী-প্ৰবাহিনী, নৈ 2. H.S.L.C.-2005            কপাল-অদৃষ্ট, ললাট     চকু-নেত্ৰ, নয়ন     হাতী-হস্তী, গজ     আকাশ-গগণ, নভ 3. H.S.L.C.-2007           পৃথিৱী- বসুন্ধৰা , ধৰিত্ৰী           আকাশ-গগণ, নভ 4. H.S.L.C.-2008           ৰাতি-নিশা, ৰজনী        ৰজা-নৰেশ্বৰ, নৃপতি 5. H.S.L.C.-2009       পৃথিৱী- বসুন্ধৰা , ধৰিত্ৰী       নদী-প্ৰবাহিনী, নৈ       চকু-নেত্ৰ, নয়ন       নিশা-ৰাতি, ৰজনী 6. H.S.L.C.-2010     আকাশ-গগণ, নভ     ৰজা-নৰেশ্বৰ, নৃ...