Skip to main content

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS:

সমাস:

ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা:

1. H.S.L.C.-2007,09,12
          সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা?
    উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা            পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে।
    উদাহৰণ- উপবন - বনৰ সমীপ (অব্যয়ভাৱী সমাস)
             নৱৰত্ন - ন ৰত্নৰ সমাহাৰ (দ্বিগু সমাস)

2. H.S.L.C.-2010
    দোমাহী - দুই মাহৰ মাজৰ দিন(দ্বিগু সমাস)
    চক্ৰপাণি - চক্ৰ আছে পাণিত যাৰ তেওঁ (তৎপুৰুষ বহুব্ৰীহি সমাস)

3. H.S.L.C.-2011
     দোমাহী - দুই মাহৰ মাজৰ দিন(দ্বিগু সমাস)
    পীতাম্বৰ - পীত অম্বৰ পিন্ধে যি (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
    মাতৃভক্তি - মাতৃক ভক্তি (তৎপুৰুষ সমাস)
    আমৰণ - মৰণ পৰ্যন্ত (অব্যয়ভাৱী সমাস)
                  
4. H.S.L.C.-2013
     ৰামৰাৱণ - ৰাম আৰু ৰাৱণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)
    পীতাম্বৰ - পীৰৰ অম্বৰ পিন্ধে যি (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
    হাতদীঘল - দীঘল হাত যাৰ সি। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
    জলচৰ - জলত চৰে যি।(বহুব্ৰীহি সমাস)

5. H.S.L.C.-2014
     নৱৰত্ন - ন ৰত্নৰ সমাহাৰ (দ্বিগু সমাস)
    শূৰ্পণখা - শূৰ্পৰ নিচিনা নখ যাৰ। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
    চন্দ্ৰমুখ - চন্দ্ৰৰ তুল্য মুখ (কৰ্মধাৰয় সমাস)
    গৃহস্থ - গৃহত থাকে যি (তৎপুৰুষ সমাস)

6. H.S.L.C.-2015
    ৰাধাকৃষ্ণ - ৰাধা আৰু কৃষ্ণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)
    দোমাহী - দুই মাহৰ মাজৰ দিন। (দ্বিগু সমাস)
    চক্ৰপাণি - চক্ৰ আছে পাণিত যাৰ তেওঁ।(তৎপুৰুষ বহুব্ৰীহি সমাস)
    শুক্লপক্ষ - শুক্ল যি পক্ষ সি। (কৰ্মধাৰয় সমাস)

7. H.S.L.C.-2016
    ত্ৰিফলা - ত্ৰি বা তিনি ফলৰসমাহাৰ (দ্বিগু সমাস)
    শূলপাণি - শূল আছে পাণিত যাৰ। (তৎপুৰুষ বহুব্ৰীহি সমাস)
    মহাপুৰুষ - মহান বা মহৎ পুৰুষ যি (ব্যতিহাৰ বহুব্ৰীহি সমাস)
    সত্যাগ্ৰহ - সত্যত আগ্ৰহ। (তৎপুৰুষ সমাস)

8. H.S.L.C.-2017
    দোমাহী - দুই মাহৰ মাজৰ দিন (দ্বিগু সমাস)
    দেশান্তৰ - অন্য দেশ (নিত্য সমাস)                  
    মহাপুৰুষ - মহান বা মহৎ পুৰুষ যি(ব্যতিহাৰ বহুব্ৰীহি সমাস)
    উপবন - বনৰ সমীপ (অব্যয়ীভাৱ সমাস)

9. H.S.L.C.-2018
     ত্ৰিফলা - তিনি ফলৰ সমাহাৰ। (দ্বিগু সমাস)
    উৰাজাহাজ - উৰা যি জাহাজ সি।  (কৰ্মধাৰয় সমাস)
    মাটীকঁঠাল – মাটিত হোৱা কঁঠাল যি সিয়ে(তৎপুৰুষ বহুব্ৰীহি সমাস)
    মৌচাক - মৌৰ চাক।(তৎপুৰুষ সমাস)

10. H.S.L.C.-2019
     পঞ্চাঙ্গুল- পাঁচটা আঙুলিৰ সমাহাৰ।(দ্বিগু সমাস)
      যোগভ্ৰষ্ট- যোগৰ পৰা ভ্ৰষ্ট।(তৎপুৰুষ সমাস)
      শতাব্দী- শত অব্দৰ সমাহাৰ।(দ্বিগু সমাস)

11. H.S.L.C.-2020
     পঞ্চাঙ্গুল- পাঁচটা আঙুলিৰ সমাহাৰ।(দ্বিগু সমাস)
     স্বায়ত্বশাষণ- স্বায়ত্ব যি শাষণ।(কৰ্মধাৰয় সমাস)


অসমীয়া ব্যাকৰণৰ HSLC পৰীক্ষাৰ আন প্ৰশ্নোত্তৰসমূহ পঢ়িবলৈ ক্লিক কৰক-



            অসমীয়া ব্যাকৰণ

Comments

  1. ধনহীন
    অসজ
    নীলোৎপল

    ReplyDelete
  2. Hi I'm Asma Begun thanku so much

    ReplyDelete
  3. Doing a great job by providing necessary informations that a student without coching is preparing for his/her HSLC.
    Thank you very much 👌

    ReplyDelete
  4. যাহাকু

    ReplyDelete
  5. THANKS A LOT 😘😘🥰

    ReplyDelete
  6. what about the next year...anyways thanks a lot

    ReplyDelete

Post a Comment

Popular Posts

অসমীয়া ব্যাকৰণ | সমাৰ্থক শব্দ | ASSAMESE SYNONYMS |

সমাৰ্থক শব্দ :  একেটা অৰ্থযুক্ত আন শব্দবোৰক সমাৰ্থক শব্দ বা প্ৰতিশব্দ বোলা হয়। অ অন্ত : অৱশেষ ,   শেষ ,   ইতি ,   মৃত্যু অৰ্জুন : পাৰ্থ , সব্যসাচী , ফাল্গুনী। অতি : অত্যন্ত , অধিক , পৰম। অগ্নি : জুই , অনল , বহ্নি। অনুৰাগ : আসক্তি , প্ৰেম। অন্ধকাৰ : তিমিৰ , আন্ধাৰ , নিশি। অমৰাপুৰী : স্বৰ্গ , দেৱলোক। অমৃত : সুধা , অমিয় , পীযুষ। অৰ্থ : টকা , সম্পদ , বিত্ত। অলংকাৰ : গহণা , আভৰণ । অসুৰ : দৈত্য , দানৱ । অসুখ : বেজাৰ ।   আ    আকাশ : অম্বৰ , গগণ , ব্যোম , শূণ্য। আতংক : ভয়, ভীতি। আত্মীয় : কুটুম , সম্বন্ধীয় মানুহ। আদৰ্শ : আৰ্হি, চানেকি। আদিম : প্ৰথম, প্ৰাচিন। আনন্দ : উল্লাস , ৰং , আমোদ , ধেমালি। আহত : আঘাত। আপোন : নিজ, আত্ম। আবেদন : দৰ্খাস্ত , নিৱেদন। আৰাও : মাত , চিঞৰ। আৰ্হি : চানেকি, আদৰ্শ। আৱিৰ্ভূত : প্ৰকাশিত, অৱতীৰ্ণ। আৱেগ : ব্যাকুলতা, ব্যগ্ৰতা।   ই      ইচ্ছা : বাঞ্ছা , স্পৃহা , অনুৰোধ । ইন্দ্ৰ : পুৰন্দৰ , বজ্ৰপাণি , স্বৰ্গাধিপতি। ইতৰ : হীন, অধম। ...

CLASS 10 : ASSAMESE GRAMMAR : উপসৰ্গ আৰু অনুসৰ্গ : SEBA : H.S.L.C. EXAM QUESTIONS:

উপসৰ্গ আৰু অনুসৰ্গ: 1.H.S.L.C.2008        ক) উপসৰ্গ নাইবা অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া। উত্তৰ- উপসৰ্গৰ তিনিটা উদাহৰণ :          প্ৰ : প্ৰখ্যাত, প্ৰখৰ             পৰা : পৰাগ, পৰাস্ত        নি : নিকট, নিগম      অনুসৰ্গৰ তিনিটা উদাহৰণ :          তো : আপুনিতো         ও : থাকিলেও         যে : ৰ ‘ লাযে          2.H.S.L.C.2009       ক) উপসৰ্গ কাক বোলে ? উপসৰ্গৰ দুটা উদাহৰণ দি, তাৰ ব্যৱহাৰ    দেখুওৱা। উত্তৰ- যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে, সেইবিলাককে উপসৰ্গ বোলে।      উদাহৰণ : প্ৰ : তেখেত এজন প্ৰখ্যাত ব্যক্তি।             ...

CLASS 10 : ASSAMESE GRAMMAR : আধুনিক ৰূপ : SEBA : H.S.L.C. EXAM QUESTIONS:

আধুনিক ৰূপ: তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা: 1.H.S.L.C.-2011      ভৈলা : হ ’ লা       চড়িয়া : উঠি 2.H.S.L.C.-2012         তাসম্বাক : তেওঁলোকক 3.H.S.L.C.-2013     মাধৈ :     পুহাইল : পুৱাল 4.H.S.L.C.-2014        খেড়ি : খেলা       সুমৰন্তে : সুঁৱৰি       বিগুটিয়া : ঠাট্টা কৰা   5.H.S.L.C.-2015        শুতিয়া : শুই       পাশ : কাষ       হন্তে : পৰা 6.H.S.L.C.-2016        পাতক : পাপ     যাকেৰি : সাৰ     বিগুটিয়া : ঠাট্টা কৰা 7.H.S.L.C.-2017        যাকেৰি : সাৰ       উতপাড়ে : উঘালে    মোড়ল : মোহাৰিলে 8.H.S.L.C.-2018        তৰণে : পাৰ হ ’ বলৈ ...

CLASS 10 : ENGLISH GRAMMAR : VOCABULARY : SEBA : H.S.L.C. EXAM QUESTIONS :

VOCABULARY: Fill in the blanks with right alternative: 1. HSLC - 1998            (a) Today the ....... of Shillong is pleasant. ( weather/climate) Ans:- Weather           (b) Both the parties came to an   ...... settlement. (amiable/amicable) Ans:- Amicable 2. HSLC - 1999            (a) My warning had no ...... on the boy.   ( affect/effect) Ans:- Effect           (b) He could not ...... himself to the new situation. (adopt/adapt) Ans:- Adapt 3. HSLC - 2000            (a) He has easy   ….... to the ministers.(excess/access) Ans:-   Access           (b) Hundreds of soldiers were ...... in the battle. ( wounded/injured) Ans:- Wounded 4. HSLC - 2001        ...

CLASS 10 : ASSAMESE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. EXAM QUESTIONS:

বিপৰীতাৰ্থক শব্দ: বিপৰীতাৰ্থক শব্দ লিখা: 1. H.S.L.C. 1999      হৰ্ষ-দুখ, বেদনা      উপকাৰ-অপকাৰ,      স্থাৱৰ-অস্থাৱৰ ,        সম্পদ-অসম্পদ, 2. H.S.L.C. 2000      আৱাহন- বিসৰ্জন      উজনি-নামনি      স্বাধীন-পৰাধীন      দুৰ্বল-সবল 3. H.S.L.C. 2001        জন্ম-মৃত্যু       উদয়-অস্ত 4. H.S.L.C. 2002         অনুকূল-প্ৰতিকূল        জ্ঞানী-অজ্ঞানী        আনন্দ-বিষাদ      আকৰ্ষণ-বিকৰ্ষণ 5. H.S.L.C. 2003      গ্ৰহণ-বৰ্জন      অৱিৰ্ভাৱ-তিৰোভাৱ      প্ৰাচীন-নবীন      উচ্চ-নিম্ন 6. H.S.L.C. 2006       প্ৰশংসা-নিন্দা  ...

CLASS 10 : ASSAMESE GRAMMAR : সন্ধি : SEBA : H.S.L.C. EXAM QUESTIONS:

সন্ধি: সন্ধি ভাঙা: 1. H.S.L.C-2008       হিতাহিত : হিত+অহিত           অতীন্দ্ৰিয়: অতি+ইন্দ্ৰিয়  2. H.S.L.C-2009     সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা ?       উত্তৰ :- দুটা শব্দ জোৰা লাগি বা লগ হৈ এক বিশেষ নিয়মৰ   মাজেদি এটা শব্দ গঠন হোৱা প্ৰক্ৰিয়াৰ নাম সন্ধি ।     উদাহৰণ- নমস্কাৰ :নমঃ+কাৰ              হিমালয় :হিম+আলয় 3. H.S.L.C-2010        সংস্কৃত :সম্+কৃত        অতীন্দ্ৰিয় :অতি+ইন্দ্ৰিয় 4. H.S.L.C-2011        যথাৰ্থ :যথা+অৰ্থ        ইত্যাদি :ইতি+আদি        নীৰৱ :নিঃ+ৰৱ        দেৱৰ্ষি :দেৱ+ঋষি 5. H.S.L.C-2012      পৰীক্ষা :পৰি+ঈক্ষা        হিতাহিত :হিত+অহিত        ...

CLASS 10 : ASSAMESE GRAMMAR : বাক সংহতি: SEBA : H.S.L.C. EXAM QUESTIONS :

বাক সংহতি: এটা শব্দত প্ৰকাশ কৰা: 1. H.S.L.C.-2011     ( ক ) কাঁহৰ বাচন গঢ়োঁতা।              উত্তৰ:- কঁহাৰ 2. H.S.L.C.-2012   ( ক ) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে।          উত্তৰ:- কৃতজ্ঞ   ( খ ) মাটিৰ বাচন সাজোঁতা।     উত্তৰ:- কুমাৰ   ( গ ) যাক সহজে লংঘন কৰিব নোৱাৰি।     উত্তৰ:- অলংঘ্য   ( ঘ ) বাটেদি যোৱা     উত্তৰ:- বাটৰুৱা   3. H.S.L.C.-2013   ( ক ) ঘৰতে থাকি কৰিব পৰা উদ্যোগ।     উত্তৰ:- কুটীৰ শিল্প   ( খ ) যাৰ মৰণ নাই।                               উত্তৰ:- আমৰণ    ( গ ) কাঁহৰ বাচন গঢ়োঁতা।          উত্তৰ:- কঁহাৰ 4. H.S.L.C.-2014   ( ক )    যাক পৰ...

CLASS 10 : ENGLISH GRAMMAR : DETERMINERS : SEBA : H.S.L.C. EXAM QUESTIONS :

DETERMINERS: Choose the right determiner from among the alternatives given and fill in the blanks: 1. HSLC - 1998     (a) He received ______ help from his teachers. (many/ much /more)     (b) I can depend ______ friends I have. (few/a few/ the few )     (c) _______ guidance from you will be enough for me. (little/ a little / the little)     (d) My brother is studying in _______ European University. ( a /an/the) 2. HSLC - 1999     (a) He gave away ______ money he had to the beggar. (little/a little/ the little )     (b) ______ of my friends helped me much in my distress. (few/ a few /the few)     (c) I got ______ help from my mother than my father. (much/ more /most)     (d) ______ union leader will address the workers. (a/an/ the ) 3. HSLC - 2000     (a) I received ______ encouragement from my parents. ( much /more/many)  ...

CLASS 10 : ASSAMESE GRAMMAR : সমাৰ্থক শব্দ: SEBA : H.S.L.C. EXAM QUESTIONS :

সমাৰ্থক শব্দ: সমাৰ্থক শব্দ লিখা: 1 . H.S.L.C.-2004     পৃথিৱী- বসুন্ধৰা , ধৰিত্ৰী      মেঘ-ডাৱৰ, জলধৰ      ৰাতি-নিশা, ৰজনী      নদী-প্ৰবাহিনী, নৈ 2. H.S.L.C.-2005            কপাল-অদৃষ্ট, ললাট     চকু-নেত্ৰ, নয়ন     হাতী-হস্তী, গজ     আকাশ-গগণ, নভ 3. H.S.L.C.-2007           পৃথিৱী- বসুন্ধৰা , ধৰিত্ৰী           আকাশ-গগণ, নভ 4. H.S.L.C.-2008           ৰাতি-নিশা, ৰজনী        ৰজা-নৰেশ্বৰ, নৃপতি 5. H.S.L.C.-2009       পৃথিৱী- বসুন্ধৰা , ধৰিত্ৰী       নদী-প্ৰবাহিনী, নৈ       চকু-নেত্ৰ, নয়ন       নিশা-ৰাতি, ৰজনী 6. H.S.L.C.-2010     আকাশ-গগণ, নভ     ৰজা-নৰেশ্বৰ, নৃ...