Skip to main content

CLASS 10 : ASSAMESE GRAMMAR : সমাৰ্থক শব্দ: SEBA : H.S.L.C. EXAM QUESTIONS :

সমাৰ্থক শব্দ:

সমাৰ্থক শব্দ লিখা:

1. H.S.L.C.-2004
    পৃথিৱী-বসুন্ধৰা, ধৰিত্ৰী
     মেঘ-ডাৱৰ, জলধৰ
     ৰাতি-নিশা, ৰজনী
     নদী-প্ৰবাহিনী, নৈ

2. H.S.L.C.-2005
           কপাল-অদৃষ্ট, ললাট
    চকু-নেত্ৰ, নয়ন
    হাতী-হস্তী, গজ
    আকাশ-গগণ, নভ

3. H.S.L.C.-2007
        পৃথিৱী-বসুন্ধৰা, ধৰিত্ৰী
        আকাশ-গগণ, নভ

4. H.S.L.C.-2008
        ৰাতি-নিশা, ৰজনী
     ৰজা-নৰেশ্বৰ, নৃপতি

5. H.S.L.C.-2009
    পৃথিৱী-বসুন্ধৰা, ধৰিত্ৰী
    নদী-প্ৰবাহিনী, নৈ
    চকু-নেত্ৰ, নয়ন
    নিশা-ৰাতি, ৰজনী

6.H.S.L.C.-2010
   আকাশ-গগণ, নভ
   ৰজা-নৰেশ্বৰ, নৃপতি

7.H.S.L.C.-2013
       ব্যথা-দুখ, বেদনা
   কৰুণ- ব্যাকুল, কাতৰ  
   হৃদয়- অন্তৰ, মন

8.H.S.L.C.-2014
   আকাশ-গগণ, নভ
   গছ-তৰু, দ্ৰুম
   ধৰা-পৃথিৱী, ধৰিত্ৰী
  অগ্নি-অনল, বহ্নি

9.H.S.L.C.-2015
  নদী-প্ৰবাহিনী, নৈ
   চকু-নেত্ৰ, নয়ন
   আকাশ-গগণ, নভ
   ঘৰ-গৃহ, ভৱন

10.H.S.L.C.-2016
      আচমান-আকাশ, নীলিমা
   বিটপী-গছ, তৰু
   হাত-কৰ, ভুজ
  বতাহ-পৱন, অনিল

11.H.S.L.C.-2017
   আকাশ-গগণ, নভ
   ধৱল-বগা, শ্বেত
   বাৰিধি-সমুদ্ৰ, জলধি
   সমীৰ-পৱন, বতাহ



অসমীয়া ব্যাকৰণৰ HSLC পৰীক্ষাৰ আন প্ৰশ্নোত্তৰসমূহ পঢ়িবলৈ ক্লিক কৰক-



            অসমীয়া ব্যাকৰণ

Comments

  1. Please also include HSLC 2020 ,2019 &2018

    ReplyDelete
    Replies
    1. ২০১৮/১৯/২০ চনত সমাৰ্থক শব্দ অহা নাই

      Delete
    2. https://educationani.blogspot.com/2019/04/assamese-grammar-hslc-exam-questions.html

      Delete
  2. Aru pam nki samarthak xabda

    ReplyDelete

  3. 9.H.S.L.C.-2019
    তৰঙ্গ-ঢৌ
    কুসুম-পুষ্প

    10.H.S.L.C.-2020
    উতাৰল-
    তাসম্বাক-তেওঁলোকক

    ReplyDelete
    Replies
    1. 2018 ৰ পৰা সমাৰ্থক শব্দ অহা নাই

      Delete
  4. 2023 অৰ দিব চোন

    ReplyDelete

Post a Comment

Popular Posts

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS:

সমাস: ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা: 1. H.S.L.C.-2007,09,12           সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা ?     উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ   অৰ্থযুক্ত একোটা            পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে।     উদাহৰণ- উপবন - বনৰ সমীপ । (অব্যয়ভাৱী সমাস)               নৱৰত্ন - ন ৰত্নৰ সমাহাৰ । ( দ্বিগু সমাস) 2. H.S.L.C.-2010     দোমাহী - দুই মাহৰ মাজৰ দিন । ( দ্বিগু সমাস)     চক্ৰপাণি - চক্ৰ আছে পাণিত যাৰ তেওঁ । (তৎপুৰুষ বহুব্ৰীহি সমাস) 3. H.S.L.C.-2011       দোমাহী - দুই মাহৰ মাজৰ দিন । ( দ্বিগু সমাস)     পীতাম্বৰ - পীত অম্বৰ পিন্ধে যি ।   ( কৰ্মধাৰয় বহুব্ৰীহি সমাস)     মাতৃভক্তি - মাতৃক ভক্তি । (তৎপুৰুষ সমাস)     আমৰণ - মৰণ পৰ্যন্ত (অব্যয়ভাৱী সমাস)                    4. H.S.L.C.-2013        ৰামৰাৱণ - ৰাম আৰু ৰাৱণ। ( ইতৰেতৰ দ্বন্দ্ব সমাস)     পীতাম্বৰ - পীৰৰ অম্বৰ পিন্ধে যি । ( কৰ্মধাৰয় বহুব্ৰীহি সমাস)     হাতদীঘল - দীঘল হাত যাৰ সি। ( কৰ্মধাৰয় বহুব্ৰীহি সমাস)     জলচৰ - জলত চৰে যি।(বহুব

CLASS 10 : ASSAMESE GRAMMAR : উপসৰ্গ আৰু অনুসৰ্গ : SEBA : H.S.L.C. EXAM QUESTIONS:

উপসৰ্গ আৰু অনুসৰ্গ: 1.H.S.L.C.2008        ক) উপসৰ্গ নাইবা অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া। উত্তৰ- উপসৰ্গৰ তিনিটা উদাহৰণ :          প্ৰ : প্ৰখ্যাত, প্ৰখৰ             পৰা : পৰাগ, পৰাস্ত        নি : নিকট, নিগম      অনুসৰ্গৰ তিনিটা উদাহৰণ :          তো : আপুনিতো         ও : থাকিলেও         যে : ৰ ‘ লাযে          2.H.S.L.C.2009       ক) উপসৰ্গ কাক বোলে ? উপসৰ্গৰ দুটা উদাহৰণ দি, তাৰ ব্যৱহাৰ    দেখুওৱা। উত্তৰ- যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে, সেইবিলাককে উপসৰ্গ বোলে।      উদাহৰণ : প্ৰ : তেখেত এজন প্ৰখ্যাত ব্যক্তি।                        পৰা : তেওঁক সকলোৱে পৰাস্ত কৰিব নোৱাৰে।        খ) অনুসৰ্গ কাক বোলে ? অনুসৰ্গৰ দুটা উদাহৰণ দি, তাৰ ব্যৱহাৰ    দেখুওৱা। উত্তৰ- মনৰ ভাৱ প্ৰকাশ কৰোঁতে কথাৰ জোৰ বুজাবলৈ মূল শব্দটোৰ শেষত একোটা সৰ্গ সংযোগ কৰে। এনেদৰে পদৰ শেষত, বিভক্তিৰ পাছত কথাৰ জোৰ, আবেদন, মনৰ সন্দেহ প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা সৰ্গবিলাককে অনুসৰ্গ বোলে।      উদাহৰণ :   তো : আপুনিতো জানেই, তেওঁ কোন।       

CLASS 10 : ASSAMESE GRAMMAR : আধুনিক ৰূপ : SEBA : H.S.L.C. EXAM QUESTIONS:

আধুনিক ৰূপ: তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা: 1.H.S.L.C.-2011      ভৈলা : হ ’ লা       চড়িয়া : উঠি 2.H.S.L.C.-2012         তাসম্বাক : তেওঁলোকক 3.H.S.L.C.-2013     মাধৈ :     পুহাইল : পুৱাল 4.H.S.L.C.-2014        খেড়ি : খেলা       সুমৰন্তে : সুঁৱৰি       বিগুটিয়া : ঠাট্টা কৰা   5.H.S.L.C.-2015        শুতিয়া : শুই       পাশ : কাষ       হন্তে : পৰা 6.H.S.L.C.-2016        পাতক : পাপ     যাকেৰি : সাৰ     বিগুটিয়া : ঠাট্টা কৰা 7.H.S.L.C.-2017        যাকেৰি : সাৰ       উতপাড়ে : উঘালে    মোড়ল : মোহাৰিলে 8.H.S.L.C.-2018        তৰণে : পাৰ হ ’ বলৈ    উতপাটক : নিৰ্মূলকাৰী    বিগুটিয়া : ঠাট্টা কৰা 9.H.S.L.C.-2019        সুজানে : তীক্ষ্ন    তাসম্বাক : তেওঁলোক    হাৰলি : খৰিৰ দ'ম 10.H.S.L.C.-2020         উতাৰলে  :     তাসম্বাক  :  তেওঁলোক

অসমীয়া ব্যাকৰণ | সমাৰ্থক শব্দ | ASSAMESE SYNONYMS |

সমাৰ্থক শব্দ :  একেটা অৰ্থযুক্ত আন শব্দবোৰক সমাৰ্থক শব্দ বা প্ৰতিশব্দ বোলা হয়। অ অন্ত : অৱশেষ ,   শেষ ,   ইতি ,   মৃত্যু অৰ্জুন : পাৰ্থ , সব্যসাচী , ফাল্গুনী। অতি : অত্যন্ত , অধিক , পৰম। অগ্নি : জুই , অনল , বহ্নি। অনুৰাগ : আসক্তি , প্ৰেম। অন্ধকাৰ : তিমিৰ , আন্ধাৰ , নিশি। অমৰাপুৰী : স্বৰ্গ , দেৱলোক। অমৃত : সুধা , অমিয় , পীযুষ। অৰ্থ : টকা , সম্পদ , বিত্ত। অলংকাৰ : গহণা , আভৰণ । অসুৰ : দৈত্য , দানৱ । অসুখ : বেজাৰ ।   আ    আকাশ : অম্বৰ , গগণ , ব্যোম , শূণ্য। আতংক : ভয়, ভীতি। আত্মীয় : কুটুম , সম্বন্ধীয় মানুহ। আদৰ্শ : আৰ্হি, চানেকি। আদিম : প্ৰথম, প্ৰাচিন। আনন্দ : উল্লাস , ৰং , আমোদ , ধেমালি। আহত : আঘাত। আপোন : নিজ, আত্ম। আবেদন : দৰ্খাস্ত , নিৱেদন। আৰাও : মাত , চিঞৰ। আৰ্হি : চানেকি, আদৰ্শ। আৱিৰ্ভূত : প্ৰকাশিত, অৱতীৰ্ণ। আৱেগ : ব্যাকুলতা, ব্যগ্ৰতা।   ই      ইচ্ছা : বাঞ্ছা , স্পৃহা , অনুৰোধ । ইন্দ্ৰ : পুৰন্দৰ , বজ্ৰপাণি , স্বৰ্গাধিপতি। ইতৰ : হীন, অধম। ইতিহাস : বুৰঞ্জী।   ঈ      ঈশ্বৰ : পৰমাত্মা , ভ

CLASS 10 : ASSAMESE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. EXAM QUESTIONS:

বিপৰীতাৰ্থক শব্দ: বিপৰীতাৰ্থক শব্দ লিখা: 1. H.S.L.C. 1999      হৰ্ষ-দুখ, বেদনা      উপকাৰ-অপকাৰ,      স্থাৱৰ-অস্থাৱৰ ,        সম্পদ-অসম্পদ, 2. H.S.L.C. 2000      আৱাহন- বিসৰ্জন      উজনি-নামনি      স্বাধীন-পৰাধীন      দুৰ্বল-সবল 3. H.S.L.C. 2001        জন্ম-মৃত্যু       উদয়-অস্ত 4. H.S.L.C. 2002         অনুকূল-প্ৰতিকূল        জ্ঞানী-অজ্ঞানী        আনন্দ-বিষাদ      আকৰ্ষণ-বিকৰ্ষণ 5. H.S.L.C. 2003      গ্ৰহণ-বৰ্জন      অৱিৰ্ভাৱ-তিৰোভাৱ      প্ৰাচীন-নবীন      উচ্চ-নিম্ন 6. H.S.L.C. 2006       প্ৰশংসা-নিন্দা     উন্নতি-অৱনতি     সুখী-দুখী     মৃত-জীৱিত 7. H.S.L.C. 2007      নিৰ্ভুল-ভুল     জ্যেষ্ঠ- কনিষ্ঠ 8. H.S.L.C. 2008         কনিষ্ঠ- জ্যেষ্ঠ       পৰোক্ষ-প্ৰতক্ষ 9. H.S.L.C. 2009       আশীৰ্বাদ-অভিশাপ      ইহলোক-পৰলোক      অমৃত-বিহ      দোষ-গুণ 10. H.S.L.C. 2010     মৃত-জীৱিত     পৰোক্ষ-প্ৰতক্ষ 11. H.S.L.C. 2011     অকৃতজ্ঞ-কৃতজ্ঞ     12. H.S.L.C. 2012        আনন্দ-বিষা

CLASS 10 : ASSAMESE GRAMMAR : সন্ধি : SEBA : H.S.L.C. EXAM QUESTIONS:

সন্ধি: সন্ধি ভাঙা: 1. H.S.L.C-2008       হিতাহিত : হিত+অহিত           অতীন্দ্ৰিয়: অতি+ইন্দ্ৰিয়  2. H.S.L.C-2009     সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা ?       উত্তৰ :- দুটা শব্দ জোৰা লাগি বা লগ হৈ এক বিশেষ নিয়মৰ   মাজেদি এটা শব্দ গঠন হোৱা প্ৰক্ৰিয়াৰ নাম সন্ধি ।     উদাহৰণ- নমস্কাৰ :নমঃ+কাৰ              হিমালয় :হিম+আলয় 3. H.S.L.C-2010        সংস্কৃত :সম্+কৃত        অতীন্দ্ৰিয় :অতি+ইন্দ্ৰিয় 4. H.S.L.C-2011        যথাৰ্থ :যথা+অৰ্থ        ইত্যাদি :ইতি+আদি        নীৰৱ :নিঃ+ৰৱ        দেৱৰ্ষি :দেৱ+ঋষি 5. H.S.L.C-2012      পৰীক্ষা :পৰি+ঈক্ষা        হিতাহিত :হিত+অহিত        নাৱিক:নৌ+ইক        হিমালয় :হিম+আলয় 6. H.S.L.C-2013          হিমাচল :হিম+আচল         গিৰীন্দ্ৰ :গিৰি+ইন্দ্ৰ         যথেষ্ট :যথা+ইষ্ট         উচ্ছেদ :উৎ+ছেদ 7. H.S.L.C-2014        যথাৰ্থ :যথা+অৰ্থ        নমস্কাৰ :নমঃ+কাৰ        ৰাজৰ্ষি :ৰাজ+ঋষি        বিদ্যালয় :বিদ্যা+আলয় 8. H.S.L.C-2015         উচ্ছল :উৎ+ছল        কটুক্তি :ক

CLASS 10 : ASSAMESE GRAMMAR : বাক সংহতি: SEBA : H.S.L.C. EXAM QUESTIONS :

বাক সংহতি: এটা শব্দত প্ৰকাশ কৰা: 1. H.S.L.C.-2011     ( ক ) কাঁহৰ বাচন গঢ়োঁতা।              উত্তৰ:- কঁহাৰ 2. H.S.L.C.-2012   ( ক ) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে।          উত্তৰ:- কৃতজ্ঞ   ( খ ) মাটিৰ বাচন সাজোঁতা।     উত্তৰ:- কুমাৰ   ( গ ) যাক সহজে লংঘন কৰিব নোৱাৰি।     উত্তৰ:- অলংঘ্য   ( ঘ ) বাটেদি যোৱা     উত্তৰ:- বাটৰুৱা   3. H.S.L.C.-2013   ( ক ) ঘৰতে থাকি কৰিব পৰা উদ্যোগ।     উত্তৰ:- কুটীৰ শিল্প   ( খ ) যাৰ মৰণ নাই।                               উত্তৰ:- আমৰণ    ( গ ) কাঁহৰ বাচন গঢ়োঁতা।          উত্তৰ:- কঁহাৰ 4. H.S.L.C.-2014   ( ক )    যাক পৰিহাৰ কৰিব নোৱাৰি।               উত্তৰ:- অপৰিহাৰ্য   ( খ )   যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে ।          উত্তৰ:- জিতেন্দ্ৰয়   ( গ )   যাৰ কোনো শত্ৰু জন্মা নাই।         উত্তৰ:- অজাতশত্ৰু   ( ঘ )   কঁঠালৰ সৰু কলি।                     উত্তৰ:- মুচি 5. H.S.L.C.-2015 ( ক ) পনীয়া গাখীৰ দিয়া গাইগৰু।     উত্তৰ:- জলাহী ( খ )   যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই।

CLASS 10 : ENGLISH GRAMMAR : DETERMINERS : SEBA : H.S.L.C. EXAM QUESTIONS :

DETERMINERS: Choose the right determiner from among the alternatives given and fill in the blanks: 1. HSLC - 1998     (a) He received ______ help from his teachers. (many/ much /more)     (b) I can depend ______ friends I have. (few/a few/ the few )     (c) _______ guidance from you will be enough for me. (little/ a little / the little)     (d) My brother is studying in _______ European University. ( a /an/the) 2. HSLC - 1999     (a) He gave away ______ money he had to the beggar. (little/a little/ the little )     (b) ______ of my friends helped me much in my distress. (few/ a few /the few)     (c) I got ______ help from my mother than my father. (much/ more /most)     (d) ______ union leader will address the workers. (a/an/ the ) 3. HSLC - 2000     (a) I received ______ encouragement from my parents. ( much /more/many)     (b) My brother is ______ N.C.C. cadet. (a/ an /the)     (c) He does not trust ______ friends he has. (few/a few/ the few )     (d) A busy p

অসমীয়া ব্যাকৰণ | সন্ধি ভাঙা বা পাতা |

সন্ধি ভাঙা :      পৰিচ্ছন্ন = পৰি + ছন্ন                      সংসদ = সম্ + সদ      সংশয় = সম্ + শয়      সদুপদেশ = সৎ + উপদেশ      সঞ্চয় = সম্ + চয়      সংগ্ৰহ = সম্ + গ্ৰহ      তদুপৰি = তৎ + উপৰি      জগদীশ্বৰ = জগত + ঈশ্বৰ      সংলাপ = সম্ + লাপ      সৰ্বেশ্বৰ = সৰ্ব + ঈশ্বৰ      মহাৰ্ঘ = মহা + অৰ্ঘ      প্ৰত্যুপকাৰ = প্ৰতি + উপকাৰ      কৃদন্ত = কৃৎ + অন্ত      ভোকাৰ্ত = ভোক + ঋত      দুৰ্যোগ = দুঃ + যোগ      একৈক = এক + এক      ভোকাতুৰ = ভোক + আতুৰ      দুঃসম্বাদ = দুঃ + সম্বাদ      দুৰ্মতি = দুঃ + মতি      নৰেশ = নৰ + ঈশ      সৰ্বস্বান্ত = সৰ্বস্ব + অন্ত      ক্ষিতীশ = ক্ষিতি + ঈশ      আশাতীত = আশা + অতীত      ৰাজেশ্বৰ = ৰাজ + ঈশ্বৰ      নিৰ্জন = নিঃ + জন      নিঃসঙ্গ = নিঃ + সঙ্গ      দুৰ্গম = দুঃ + গম      যথোপযুক্ত = যথা + উপযুক্ত      প্ৰত্যেক = প্ৰতি + এক      সদানন্দ = সদা + আনন্দ          বাক্যামৃত = বাক্য + অমৃত      নৰেশ্বৰ = নৰ + ঈশ্বৰ              বনস্পতি = বন + পতি